Subscribe
URL of the page has been copied to clipboard.
Meaning : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
Example : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
Synonyms : উপযুক্ততা, ক্ষমতা, সামর্থ্য
Meaning : কোনো পদ, কার্য আদিৰ কাৰণে যোগ্য হোৱা অৱস্থা বা ভাব
Example : যোগ্যতাৰ কাৰণেই তেওঁ অধ্যাপকৰ পদটো পালে
Install App