Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কোনো কাম কৰিবৰ বাবে সমর্থ
Example : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
Synonyms : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
Meaning : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
Example :
Synonyms : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
Meaning : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
Example : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
Synonyms : অকপটীয়া, ঋজু, গুণী, সজ, সত্যাচাৰী, সদাচাৰী, সাধু, ৰিজু
Meaning : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত
Example : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে
Synonyms : উচিত, উপযুক্ত, সমুচিত
Meaning : যেনে হোৱা উচিত তেনেধৰণৰ
Example : এই কথাটো মোৰ উচিত যেন লগা নাই
Synonyms : উচিত, উপযুক্ত, ঠিক, সঠিক
Meaning : কিবা পোৱা বা লোৱাৰ যোগ্য
Example : তেওঁ ্মাৰ খোৱাৰ যোগ্য
Synonyms : উপযুক্ত
Install App