Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ধৰণে
Example : আপুনি যেনেকৈ লʼৰাটোক গালি পাৰি আছে, এইটো উচিত হোৱা নাই
Synonyms : যি ধৰণে, যি প্রকাৰে
Meaning : যি ধৰণে সম্ভৱ হয়
Example : যেনেদৰেই হওক মোৰ কামটো কাইলৈ হৈ যাব লাগিব
Synonyms : যেনে ধৰণে, যেনেদৰে
Meaning : যি ক্রমেৰে
Example : যেনেদৰে পৰীক্ষাৰ সময় চমু চাপি আহিল তেনেদৰে, ভয় ভাবো বাঢ়ি আহিল
Synonyms : যিদৰে, যেনেদৰে
Install App