Subscribe
URL of the page has been copied to clipboard.
Meaning : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
Example : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
Synonyms : জোৱান, তৰুণ, যুৱ
Meaning : ষোল্লৰ পৰা পয়ত্রিশ বছৰলৈকে এক অৱস্থা
Example : তেখেতৰ দুজন ডেকা লʼৰা আমেৰিকাত থাকে
Synonyms : ডেকা, তৰুণ, যুৱা
Install App