Meaning : যুগোশ্লাভিয়াৰ অধিবাসী
Example :
যুগোশ্লাভিয়ান চোৰাংচোৱাজন আৰক্ষীৰ হাতত ধৰা পৰিল
Synonyms : যুগোশ্লাভিয়াবাসী
Meaning : যুগোশ্লাভিয়াৰ বা তাৰ সৈতে সম্পর্কযুক্ত
Example :
যুদ্ধত বহুতো যুগোশ্লাভিয়ান সৈনিক নিহত হʼল