Subscribe
URL of the page has been copied to clipboard.
Meaning : বহুত বেছি সময়
Example : তেওঁৰ অপেক্ষাত মোৰ এযুগ পাৰ হৈ গʼল
Meaning : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
Example : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
Synonyms : কাল, দিন
Meaning : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়
Example : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়
Synonyms : কাল, সময়
Install App