Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যৱস্থা কৰা কার্য ্বা ভাব
Example : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত
Synonyms : আয়োজন, ব্যৱস্থাপনা, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা
Meaning : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা
Example : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে
Synonyms : আয়োজন, বন্দৱস্ত, যো-জা
Install App