Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word যমৰাজ from অসমীয়া dictionary with examples, synonyms and antonyms.

যমৰাজ   বিশেষ্য

Meaning : হিন্দু ধর্ম অনুসৰি মৃত্যুৰ অধিপতি দেৱতা

Example : সতী সাৱিত্রীয়ে যমৰাজৰ পৰা সৌভাগ্যৱতী হোৱাৰ বৰ লাভ কৰি নিজৰ মৃত পতিক জীৱিত কৰি তুলিছিল

Synonyms : অন্তক, কৃতান্ত, ধর্ম্ম্্ৰাজ, ধর্ম্ম্্ৰায়, নাৰন্তক, প্রজান্তক, মহিষবাহন, মৃত্যু, যম, যম-ৰজা, শমন