Meaning : যিমান লাগে সিমান
Example :
এই কুঁ্ৱাৰ পানী কেৱল ্পাঁচ একৰ মাটিৰ জলসিঞ্চনৰ কাৰণে পর্যাপ্ত
Synonyms : পর্যাপ্ত
Meaning : যি পৰিমাণত বেছি
Example :
তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী
Synonyms : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ
Meaning : যিমান প্রয়োজন সিমান বা যিমান হʼব লাগে সিমান
Example :
এইখিনি আহাৰ চাৰিজনলোকৰ বাবে পর্যাপ্ত
Synonyms : পর্যাপ্ত