Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মৰম from অসমীয়া dictionary with examples, synonyms and antonyms.

মৰম   বিশেষ্য

Meaning : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ

Example : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়

Synonyms : ভালপোৱা

Meaning : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা

Example : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল

Synonyms : চেনেহ, মমতা, মৰম-চেনেহ, স্নেহ