Subscribe
URL of the page has been copied to clipboard.
Meaning : ছালৰ ওপৰত জমা হোৱা ধূলি-বালি বা ঘম আদিৰ তৰপ
Example : তেওঁ মলি চফা কৰিবৰ কাৰণে সদায় চাবোনেৰে গা-ধোৱে
Synonyms : ছালৰ মলি, মলি
Meaning : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি
Example : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে
Synonyms : মল, লেতেৰা
Meaning : কোনো বস্তুৰ গাঢ় মল
Example : তেওঁ চকুত বহুত ময়লা আছে
Install App