Subscribe
URL of the page has been copied to clipboard.
Meaning : দবাখেলৰ কোনো গুটি
Example : তেওঁ বহুত ্চেষ্টা কৰি নিজৰ মোহৰাটো বচালে
Meaning : অংকিত ৰেখা, দাগ, চিহ্ন আদিক এনেদৰে ঘঁ্হা যাতে ই থাকি নাযায়
Example : শিক্ষকে ব্লেকবʼর্ডত লিখা আখৰবোৰ ডাস্তাৰে মোহাৰি আছে
Meaning : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
Example :
Synonyms : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া
Meaning : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
Example : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
Synonyms : মচা, মজা
Install App