Subscribe
URL of the page has been copied to clipboard.
Meaning : মোহ বা ভ্রমত পৰা
Example : ভগৱানৰ মোহিনী ৰূপ দেখি নাৰদ মুনি মুগ্ধ হʼল
Synonyms : মুগ্ধ, মোহাবিষ্ট
Meaning : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
Example : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
Synonyms : আসক্ত, মুগ্ধ, মোহাবিষ্ট, ৰক্ত
Install App