Subscribe
URL of the page has been copied to clipboard.
Meaning : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
Example : সাধুসকল মোহত নপৰে
Synonyms : মমতা
Meaning : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
Example : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
Synonyms : প্রলোভ, লালচ, লালসা, লিপ্সা, লোভ
Install App