Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰছী আদিত থকা পাক
Example : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়
Synonyms : গোঁঠনি, পাক
Meaning : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
Example : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
Synonyms : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা
Meaning : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
Example : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
Synonyms : মেচ
Meaning : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
Example :
Synonyms : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
Meaning : ঘূৰা কার্য ্বা অৱস্থা
Example : এই ৰাস্তাটোত বহুত মেৰ আছে
Synonyms : ঘেৰ
Meaning : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে
Example : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে
Install App