Meaning : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
Example :
ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
Synonyms : ইঞ্জিন, কল, চলন যন্ত্র, যন্ত্র
Meaning : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ
Example :
আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে
Synonyms : কল, যন্ত্র, যন্ত্র-পাতি