Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মৃত্যু-প্রমাণ from অসমীয়া dictionary with examples, synonyms and antonyms.

মৃত্যু-প্রমাণ   বিশেষ্য

Meaning : কোনো ব্যক্তিৰ মৃত্যুৰ সৈতে জড়িত প্রমাণ পত্র যিয়ে ব্যক্তিজনৰ মৃত্যু ঘটিছে বুলি প্রমাণ কৰে

Example : পৈতৃক সম্পত্তি নিজৰ নামত কৰিবৰ কাৰণে তাৰ সৈতে জড়িত বিষয়াৰ সন্মুখত নিজৰ পিতৃৰ মৃত্যু-প্রমাণ পত্র দেখুৱাব লগীয়া হয়

Synonyms : মৃত্যু প্রমাণ