Meaning : হৰিণা জাতিৰ মাইকী
Example :
চিৰিয়াখানাত হৰিণীবোৰে দেও দি আছে
Synonyms : কুৰঙ্গিনী, কুৰঙ্গী, মাইকী হৰিণ, মাইকী হৰিণা, হৰিণী
Meaning : ৰোগী অকস্মাৎ বেহুচ হৈ ঠাইতে পৰি যোৱা এবিধ বেমাৰ
Example :
মৃগী দুৰাৰোগ্য নহয়
Synonyms : মৃগী বেমাৰ, মৃৰগী, হিষ্টিৰীয়া, ্ আঁৱৰীয়া