Subscribe
URL of the page has been copied to clipboard.
Meaning : পথাৰ আৰু হাবি-জংগলত থকা এবিধ চাৰিঠেঙীয়া তৃণভোজী প্রাণী
Example : হৰিণৰ ছালত বহি ঋষি-মুনিসকলে তপস্যা কৰিছিল
Synonyms : কুৰংগ, কুৰঙ্গ, হৰিণ, হৰিণা, হৰিণা পহু
Meaning : হৰিণাৰ মতা জাতি
Example : এহাল হৰিণ আৰু হৰিণীয়ে বাগিচাত জঁপিয়াই ঘূৰি ফুৰিছে
Synonyms : ঋষা, কুৰঙ্গ, কুৰঙ্গক, সাৰঙ্গ, সুনয়ন, হৰিণ, হৰিণা, হৰিণা পহু
Install App