Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মূল্য from অসমীয়া dictionary with examples, synonyms and antonyms.

মূল্য   বিশেষ্য

Meaning : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব

Example : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে

Meaning : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?

Example :

Synonyms : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ

Meaning : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব

Example : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে

Synonyms : বিচাৰধাৰা, মূল্যবোধ

Meaning : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়

Example : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়

Synonyms : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য

Meaning : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়

Example : হীৰাৰ মূল্য জহুৰীয়েহে জানে

Synonyms : দাম