Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
Example : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
Synonyms : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু
Meaning : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ
Example : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়
Synonyms : পম, শিপা, শিহা, শিহৰি, শিয়া
Meaning : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
Example : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
Synonyms : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস
Meaning : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা
Example : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ
Synonyms : আধাৰ, বুনিয়াদ
Meaning : যিটো আৱশ্যক হয়
Example : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
Synonyms : প্রধান, মুখ্য
Meaning : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
Example : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
Synonyms : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়
Install App