Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মুমূর্ষু from অসমীয়া dictionary with examples, synonyms and antonyms.

মুমূর্ষু   বিশেষণ

Meaning : যি মৃত্যুৰ একেবাৰ ওচৰত আছে

Example : তেওঁ নিজৰ মৃতপ্রায় বৃদ্ধ দেউতাকৰ যথেষ্ট সেৱা কৰি আছে

Synonyms : মৃতপ্রায়, ্মৰণাসন্ন

Meaning : গুৰুতৰ ভাবে আহত বা যি মৃত্যুৰ নিচেই ওচৰত আছে

Example : গাঁওবাসীয়ে চোৰটোক মাৰি-মাৰি আধামৰা কৰিলে

Synonyms : আধামৰা, আধাসাৰি, আসন্নমৃত্যু, ওষ্ঠাগতপ্রাণ, কণ্ঠাগতপ্রাণ, ক্ষীণশ্বাস, জীৱন্মৃত, মৃতকল্প, মৃতপ্রায়, মৰণ-কাতৰ, মৰণান্তিক, মৰণোন্মুখ, ্অর্ধমৃত, ্মৰণাপন্ন

Meaning : যি মৰিবলৈ ধৰিছে বা যাৰ মৰাৰ উপক্রম হৈছে

Example : মুমূর্ষু ব্যক্তিজনে বাৰে-বাৰে নিজৰ লʼৰাটোক মাতি আছে

Synonyms : মৃত্যুতুল্য, মৰণশীল