Subscribe
URL of the page has been copied to clipboard.
Meaning : মাৰিত ডাঙৰ গোলাকাৰ লাটুম লগোৱা থকা এবিধ প্রাচীন অস্ত্র
Example : ভীম গদা চালনত নিপুণ আছিল
Synonyms : গদা, মুষল
Meaning : ব্যায়াম কৰোতে ব্যৱহাৰ কৰা কাঠেৰে বনোৱা দীঘল, গোলাকাৰ আৰু এফালে মুঠি মাৰি ধৰিব পৰা আহিলা
Example : পালোৱানজনে মুদ্গৰেৰে কচৰত কৰি আছে
Install App