Subscribe
URL of the page has been copied to clipboard.
Meaning : সূতা, ৰেচম আদিৰ গুচ্চ
Example : শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
Synonyms : মুঠি
Meaning : কোনো বস্তু একেলগ কৰি মেৰিয়াই লোৱা বা একমুঠ কৰি লোৱা সংগ্রহ
Example : তেওঁ ্বজাৰ পৰা চাৰি মুঠা জুইশলা আনিলে
Synonyms : আটি, কোছা, পোলা
Meaning : একে ঠাইতে লাগি থকা বা বান্ধ খাই থকা সৰু বস্তুৰ সমূহ
Example : নাজানো চাবিৰ কোছাটো কʼতনো হেৰাল ?
Synonyms : কোছা, গুচ্ছ
Install App