Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মুখ from অসমীয়া dictionary with examples, synonyms and antonyms.

মুখ   বিশেষ্য

Meaning : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

Example : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

Synonyms : আনন, গঢ়, চেহেৰা, ঠগ, বদন, ৰূপ

Meaning : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে

Example : অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল

Meaning : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ

Example : এই দূর্গটোৰ মুখ উত্তৰফালে আছে

Meaning : মুখলৈ এবাৰত নিয়া আহাৰৰ পৰিমাণ

Example : মই এগৰাহো খাবলৈ নাপাওঁতেই সি আহি ওলালহি

Synonyms : গৰাহ, টেপা, মোকোৰা

Meaning : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি

Example : এই বটলটোৰ মুখখন বহুত পাতল

Meaning : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

Example : মই সাতটা পেটক ভৰাব লাগে

Synonyms : পেট

Meaning : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে

Example : ভয়তে তেওঁৰ মুখৰ মাত হৰিল

Synonyms : মুখগহ্বৰ

Meaning : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়

Example : এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে