Subscribe
URL of the page has been copied to clipboard.
Meaning : পাতল হোৱা অৱস্থা বা ভাব
Example : চিফনৰ কাপোৰ মিহি হয়
Synonyms : পাতল
Meaning : যʼত কলা নিপুণতা বা সূক্ষ্মতা ফুটি উঠে
Example : ৰেচমী কুর্তাটোত মিহি চিলাই কৰা হৈছে
Synonyms : সূক্ষ্ম
Meaning : যাৰ স্থূলতা বা ব্যাস কম
Example : এই কাপোৰখন বৰ পাতল
Meaning : উচ্চ আৰু তীব্র শ্্ব্দ
Example : শীলাৰ মাতটো বহুত মিহি
Synonyms : মিহি মাত
Meaning : যিটো খহটা নহয়
Example : বাঢ়ৈজনে পাটচটা মিহি কৰি আছে
Synonyms : নিমজ
Meaning : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
Example : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
Synonyms : মধুৰ, মিঠা, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
Install App