Meaning : কিহবাৰ সৈতে মিলি থকা কার্য
Example :
তেল পানীত কেতিয়াও নিমিহলে
Synonyms : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি হোৱা, সংমিশ্রিত হোৱা
Meaning : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
Example :
আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
Synonyms : ঘোলা, মিশ্রিত কৰা, মিহলোৱা, সংমিশ্রিত কৰা