Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
Example : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
Synonyms : মিলা, মিহলা, মিহলোৱা
Meaning : নিজ পক্ষৰ কৰা
Example : উকীলজনে বিৰোধী পক্ষৰ সাক্ষীজনক নিজৰ পক্ষত মিলালে
Install App