Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
Example : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
Synonyms : মিলোৱা, মিহলা, মিহলোৱা
Meaning : মিলা-মিছা থকা ৰং বা ৰং আদিৰ আধাৰত একেধৰণৰ
Example : আমাক এই শাড়ীখনৰ লগত মিলা ব্লাউজ চোলাও লাগিব
Synonyms : মিল থকা
Install App