Subscribe
URL of the page has been copied to clipboard.
Meaning : এক ঘণ্টাৰ ষাঠি ভাগৰ এভাগ বা ষাঠি ছেকেণ্ডৰ সময়
Example : আমি দহ মিনিট ধৰি আপোনাৰ অপেক্ষা কৰি আছোঁ
Meaning : এক মিনিটত যিমান দূৰ যোৱা হয়, সিমান
Example : ইয়াৰ পৰা মোৰ ঘৰলৈ দহ মিনিটৰ বাট
Meaning : অনিশ্চিত কম সময়
Example : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
Synonyms : ক্ষণ, খন্তেক, চেকেণ্ড
Install App