Meaning : নম্রভাৱে কাৰোবাক কিবা কোৱা:মোক ঘৰলৈ যাবলৈ দিবৰ কাৰণে আপোনাক অনুৰোধ কৰিছো
Example :
Synonyms : অনুৰোধ কৰা, নিবেদন কৰা, প্রার্থ্্না কৰা
Meaning : কৰুণ স্বৰেৰে প্রার্থ্্না কৰা
Example :
চাকৰটোৱে নিজৰ দীন-হীন অৱস্থাৰ কাৰণে মালিকৰ ওচৰত কাকূতি কৰিছিল
Synonyms : কাকূতি কৰা, কাকূতি-মিনতি কৰা, কাবৌ-কোকালি কৰা