Meaning : আহাৰ গ্রহণত সংযমতা মানি চলা কার্য
Example :
ডাক্তৰে হৃদৰোগীক ডায়েটিং কৰিবলৈ উপদেশ দিছে
Synonyms : ডায়েটিং
Meaning : অলপ পৰিমাণে কৰা ভোজন
Example :
তেওঁ দুপৰীয়া স্বল্পাহাৰ কৰে
Synonyms : অল্পাহাৰ, স্বল্পাহাৰ