Meaning : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
Example :
মই মালয়ালম কʼব পাৰোঁ
Synonyms : মালায়ালম
Meaning : মালয়ালম ভাষাৰ বা মালায়ালম ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
এই চিনেমাখন মালয়ালম কাহিনী আধাৰত বনোৱা হৈছে