Meaning : যি লিপিত মালায়ালম ভাষা লিখা হয়
Example :
এই স্তম্ভটোৰ ওপৰত মালায়ালমত কিবা লিখা আছে
Synonyms : মালায়ালম লিপি
Meaning : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
Example :
মই মালয়ালম কʼব পাৰোঁ
Synonyms : মালয়ালম