Subscribe
URL of the page has been copied to clipboard.
Meaning : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
Example : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
Synonyms : উপায়, পথ, পন্থা, ্সাধন
Meaning : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
Example : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
Synonyms : পথ, বাট, ৰাস্তা
Meaning : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
Example : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
Synonyms : পথ, বাট, ্ ৰাস্তা
Meaning : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়
Example : আহাৰ মুখ বিবৰেদি পেটলৈ যায়
Synonyms : পথ, বিবৰ, ্ৰাস্তা
Install App