Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মার্গ from অসমীয়া dictionary with examples, synonyms and antonyms.

মার্গ   বিশেষ্য

Meaning : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা

Example : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক

Synonyms : উপায়, পথ, পন্থা, ্সাধন

Meaning : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়

Example : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে

Synonyms : পথ, বাট, ৰাস্তা

Meaning : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়

Example : উৰা জাহাজৰো নির্দিষ্ট পথ আছে

Synonyms : পথ, বাট, ্ ৰাস্তা

Meaning : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়

Example : আহাৰ মুখ বিবৰেদি পেটলৈ যায়

Synonyms : পথ, বিবৰ, ্ৰাস্তা