Subscribe
URL of the page has been copied to clipboard.
Meaning : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
Example : এইটো এক লিটাৰৰ মাপক
Synonyms : মাপ, মাপক উপকৰণ
Meaning : ভৰ, আয়তন আদি জোখা একক
Example : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
Synonyms : মাপ
Meaning : দৈর্ঘ ্জোখা মাপনি বিশেষ যাৰ এফালে চেণ্টিমিটাৰ তথা মিলিমিটাৰ আৰু অন্যফালে ইঞ্চি তথা ফুটৰ ক্রমিক চিহ্ন দিয়া থাকে
Example : সৰু স্কেল ছয় ইঞ্চিৰ হয়
Synonyms : ইস্কেল, স্কেল
Install App