Meaning : মাছ ধৰোতা এক জাতি
Example :
কিছুমান গ্রামীণ অঞ্চলত আজিও মাছমৰীয়া জাতিয়ে নিজৰ পেচাত লাগি আছে
Synonyms : ধীৱৰ, মাছমৰীয়া জাতি
Meaning : যিয়ে জীৱন-যাপন কৰিবলৈ মাছ মাৰে বা ধৰে
Example :
কিছুমান মাছমৰীয়াই নদীত মাছ মাৰি আছে