Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰজাৰ প্রধান পত্নী
Example : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল
Synonyms : পাটৰাণী, ৰাজমহিষী
Meaning : ৰজাৰ পত্নী
Example : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
Synonyms : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
Meaning : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
Example :
Synonyms : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মাদৈ, ৰাণী
Meaning : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ
Example : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে
Synonyms : ওজা, বাদশ্বাহ, মহাৰজা, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী
Install App