Subscribe
URL of the page has been copied to clipboard.
Meaning : বিশ্বৰ সকলোবোৰ দেশে ভাগলোৱা বিশ্ব ্পর্যায়ৰ যুদ্ধ
Example : দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ দুখন চহৰ নাগাচাকি আৰু হিৰোশ্বিমা সম্পূর্ণৰূপে নষ্ট হৈছিল
Synonyms : বিশ্ব যুদ্ধ, বিশ্বযুদ্ধ
Meaning : বহুত ডাঙৰ যুদ্ধ
Example : সন্ত্রাসবাদীৰ বিৰুদ্ধে এখন মহাযুদ্ধৰ প্রয়োজন আছে
Synonyms : মহা যুদ্ধ, মহাৰণ
Install App