Meaning : চৌব্বিশ সংখ্যক বা অন্তিমজন জৈন তী্র্থংকৰ
Example :
মহাবীৰৰ সৰুকালৰ নাম বর্ধ্্মান আছিল
Synonyms : ভগৱান মহাবীৰ
Meaning : যিজন বহুত ডাঙৰ বীৰ
Example :
সেনাপতিয়ে কিছুমান মহাবীৰৰ সৈতে যুদ্ধৰ ৰণকৌশল তৈয়াৰ কৰি আছিল