Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
Example : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
Synonyms : ডাঙৰ
Meaning : যিজন বৰ ভাল আৰু বহুত সন্মানীয়
Example : মহাত্মা গান্ধী এজন মহান ব্যক্তি আছিল
Synonyms : উদাৰহৃদয়, মহাভাগ, মহামতি, মহৎ, সুমহান
Install App