Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মমতা from অসমীয়া dictionary with examples, synonyms and antonyms.

মমতা   বিশেষ্য

Meaning : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে

Example : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা

Synonyms : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি

Meaning : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব

Example : সাধুসকল মোহত নপৰে

Synonyms : মোহ

Meaning : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা

Example : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল

Synonyms : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ

Meaning : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম

Example : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়