Subscribe
URL of the page has been copied to clipboard.
Meaning : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
Example : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
Synonyms : নি্র্যাস, ৰস
Meaning : যি প্রবল নহয়
Example : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
Synonyms : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া
Meaning : ভালৰ ওলোটা বা বিপৰীত
Example : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
Synonyms : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া
Meaning : যাৰ শক্তি আৰু গতি কমি গৈছে
Example : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে
Synonyms : ধীৰ, মন্থৰ, মেদা, লেদা, লেহেম, শ্লথ
Install App