Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
Example : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
Synonyms : পৰামর্শ, মতামত, ্ৰায়
Meaning : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
Example : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
Synonyms : আলোচনা, আলোচনা-বিলোচনা, টীকা-টিপ্পনী
Install App