Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰুচিৰ অনুকূল বা ভাল লগা
Example : এইয়া মোৰ পচন্দৰ খাদ্য
Synonyms : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, ৰুচিকৰ
Meaning : মনলৈ অহা বা মনত হোৱা
Example : কবি মহোদয়ে নিজৰ মনোমত ভাববোৰ কবিতাৰ মাধ্যমৰে শ্রোতাৰ সন্মুখত উপস্থাপন কৰিলে
Synonyms : মনোগত, স্বগত
Install App