Subscribe
URL of the page has been copied to clipboard.
Meaning : মনে কিদৰে নিজৰ কাম কৰে সেই বিষয়ে অধ্যয়ন কৰা বিজ্ঞান
Example : মনোবিজ্ঞান এবিধ অতি ্আকর্ষণীয় বিষয়
Synonyms : মনো বিজ্ঞান, মনো-বিজ্ঞান
Meaning : যি শাস্ত্রত মানুহৰ মনৰ প্রবৃত্তি বা মনত উদয় হোৱা ভাব-কল্পনাৰ বিচাৰ-বিবেচনা কৰা হয়
Example : তেওঁ মনোবিজ্ঞানৰ ছাত্র
Synonyms : ছাইকʼলজী, মনোবিদ্যা
Install App