Subscribe
URL of the page has been copied to clipboard.
Meaning : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
Example : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
Synonyms : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে
Install App