Meaning : শান্ত হৈ পৰা এক অৱস্থা
Example :
জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
Synonyms : শান্ত হোৱা
Meaning : কথা নোকোৱা বা কথা নপতা
Example :
কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল
Synonyms : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মূক হোৱা, মৌন হোৱা