Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মনস্তাপ from অসমীয়া dictionary with examples, synonyms and antonyms.

মনস্তাপ   বিশেষ্য

Meaning : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

Example : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

Synonyms : অসুখ, কষ্ট, দুঃখ, দুখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, যাতনা, শোক, সন্তাপ

Meaning : মনত ওপজা ব্যথা

Example : ৰামে নিজৰ মনোবেদনা কাকো কʼব নিবিচাৰে মই মোৰ অন্তর্বে্দনা কাক শুনাও ?

Synonyms : অন্তর্বে্দনা, মনোবেদনা

Meaning : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

Example : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

Synonyms : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ