Subscribe
URL of the page has been copied to clipboard.
Meaning : ফুলৰ ৰস চুহি মৌ গোটোৱা এবিধ মাখিজাতীয় পতংগ
Example : এই গছজোপাত মৌ-মাখিৰ বিচনী আছে
Synonyms : পুষ্পলিহ, মধুপ, মধুপায়ী, মধুব্রত, মধুমক্ষিকা, মধুলিহ, মধুলেহ, মধুলেহী, মৌ, মৌ-গুটি, মৌ-মাখি, মৌমাখি
Install App